September 14, 2026 1:05 PM

views 1

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্রান্তৰ শ্ৰীশ্ৰীলংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ...

September 14, 2026 12:20 PM

views 7

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন

দেশজুৰি আজি শ্ৰদ্ধা আৰু উলহ-মালহেৰে গণেশ চতুর্থী পালন কৰা হৈছে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয় যি হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই ১০ দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃণ্ময় মূৰ্তি ঘৰত ৰাখি পূজা-অৰ্চনা কৰে। গণেশ বিসৰ্জনৰ বিশাল আয়োজনেৰে এই মহোৎসৱৰ সামৰণি পৰে। ভগৱান গণেশৰ মূৰ্তি বিসৰ্জনে সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াক চিহ্নিত কৰে। গণেশ চতুর্থী মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱসমূহৰ অন্যতম আৰু ৰাজ্যখনৰ লোকস...

August 27, 2025 11:57 AM

views 47

মহাৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক গণেশোৎসৱ উদযাপন

মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক হিচাপে গন্য কৰা গণেশোৎসৱৰ পালন উলহ-মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শুভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল-বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুর্দশী পর্যন্ত ১১টা দিন এই উদযাপন চলি থাকিব। গণেশোৎসৱক জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় কৰাৰ কৃতিত্ব লোকমান্য বাল গংগাধৰ তিলকক দিয়া হয়। ১৮৯৩ চনত পুনেত ব্ৰিটিছৰ অত্যাচাৰী শাসনৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণৰ মাজত একতা আৰু জাতীয়তাবাদৰ মনোভাৱ জগাই তোলাৰ প্ৰধা...

September 7, 2024 12:19 PM

views 61

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতিৰ দেশৱাসীক ওলগ

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গণেশ চতুর্থী পালন কৰা হৈছে। জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। বিনায়ক চতুর্থী অথবা গণেশ উৎসৱ নামে পৰিচিত এই দিনটোত ১০ দিনীয়া উৎসৱৰ আৰম্ভণি হয়। এই সময়চোৱাত জনসাধাৰণে নিজৰ ঘৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰে আৰু পূজা কৰে। গণেশ বিসৰ্জনৰ পৰ্বৰে এই উৎসৱৰ সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণেশ চতুর্থী উপলক্ষে দেশৱাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্ম...