July 7, 2026 11:59 AM

views 21

বন সপ্তাহৰ সামৰণি উপলক্ষে আজি প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ

ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীর্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিব...