July 24, 2026 6:43 PM

views 25

ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত; ২৫খন জিলাৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত

অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ২৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ দুহেজাৰ ২৩ খন গাঁৱৰ ১০ লাখ ৬৩ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৭ লৈ বৃদ্ধি পাইছে।  অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৫ হাজাৰ ৩৭৫ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্রশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ১৬২টা আশ্রয় শিবিৰ আৰু এহেজাৰ ...

July 23, 2026 7:47 PM

views 16

সাম্প্রতিক বানত ৰাজ্যৰ ৮৮৯খন গাঁৱৰ ৬,৪৩,৩৬৪ জন লোক ক্ষতিগ্ৰস্ত; ৪১জন লোকৰ প্ৰাণহানি

সাম্প্রতিক বানত ৰাজ্যখনৰ ৮৮৯ খন গাঁৱৰ ৬ লাখ ৪৩ হাজাৰ ৩৬৪ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৪ হাজাৰ ৮৯১ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে।  প্ৰশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ৯৯টা আশ্রয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্রয় শিবিৰসমূহত ২৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। এইবাৰৰ বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৩২৮ খন গাঁও ক্ষতিগ্রস্ত হৈছে। দুৰ্যোগ...