October 11, 2026 10:50 AM

views 14

বাৰাণসীত ‘ফিট ইণ্ডিয়া চাণ্ডেজ অন চাইকেল’ৰ ৯৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত

স্বাস্থ্য সচেতনতা, যুৱ সবলীকৰণ আৰু নিচামুক্ত ভাৰত গঠনৰ বাৰ্তাৰে আজি বাৰাণসীত 'ফিট ইণ্ডিয়া চাণ্ডেজ অন চাইকেল'ৰ ৯৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়। "বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ" বিষয়বস্তুক লৈ পুৱা ৬ বজাৰ পৰা নমো ঘাটৰ পৰা সম্পূর্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ দীক্ষা মণ্ডপলৈ এই চাইকেল সমদলৰ আয়োজন কৰা হয়। যুৱ প্ৰজন্মৰ লগতে ক্রীড়াবিদ আৰু সাধাৰণ নাগৰিকক স্বাস্থ্যকৰ জীৱনশৈলী গ্রহণ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক...

July 5, 2026 8:33 PM

views 31

জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্রীড়াত মনোনিবেশ কৰিবলৈ কেন্দ্রীয় মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ পৰামৰ্শ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ পৰিক্ৰমা মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া চান্ডেজ অন চাইকেল পদক্ষেপৰ ৯০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যাত্মিক গুৰু শ্রী সত্য চাইবাবাৰ জন্মশতবার্ষিকী উপলক্ষে শ্রী সত্য চাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সামূহিক দৌৰ আৰু চাইকেল চলোৱা কাৰ্যসূচীত ৯ হাজৰতকৈও অধিক লোকে অংশগ্ৰহণ কৰে। তদুপৰি এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জুম্বা আৰু যোগাভ্যাসো অনুষ্ঠিত হয়। জনসাধাৰণৰ মাজত শাৰীৰিকভাৱে অধিক সক্রিয় জীৱনশৈলীৰ জনপ্রিয়তা বৃদ্ধি কৰাৰ লগ...

May 4, 2025 8:15 PM

views 81

শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ফীট ইণ্ডিয়া চানদে'চ অন চাইকেল অভিযানৰ এটা বিশেষ সংস্কৰণত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নায়ক সদৃশ। এই শিক্ষক-শিক্ষয়িত্ৰীসকলে চাইক্লিঙক ফেশ্বনৰ শাৰীলৈ তুলিব পাৰে আৰু সেইবাবে তেওঁলোক বিকশিত ভাৰতৰ যাত্ৰাত নায়ক হ'ব পাৰে। তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ...