July 6, 2025 2:19 PM

views 59

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনা

ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে যোৱা নিশা ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। এই আলোচনাত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে ঠাই পায়। ৰাছিয়াৰ বিত্তমন্ত্ৰী এণ্টন চিলৱেনভৰ সৈতে হোৱা বৈঠকত শ্ৰীমতী সীতাৰমনে নতুন বিকাশ বেংকৰ সৈতে জড়িত বিষয়ৰ উপৰি বিশেষকৈ অৰ্থনৈতিক খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত মত বিনিময় কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে চীনৰ বিত্তমন্ত্ৰী লান ফৱানকো সাক...

April 20, 2025 10:17 AM

views 64

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু অভিমুখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। আমেৰিকাৰ ছেনফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমণে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি বিত্তমন্ত্ৰীগৰাকী তথ্য প্রযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শ্ৰীমতী সীতাৰমণে প্রবাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত ভাগ ল'ব আৰু দেশখনত বাস কৰা ভাৰতীয় সম্প্...

April 6, 2025 1:33 PM

views 53

এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ’লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ'লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। চেন্নাইত কালি এখন আলোচনাচক্রত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থা ৰূপায়ণৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনো চাৰে চাৰি লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আনুমানিক এক লাখ কোটি টকা ব্যয় হৈছিল আৰু একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে প্ৰায় ১২ হাজাৰ কোটি টকা ৰাহি কৰিব পৰা গ'লহেঁতেন। একেলগে লোকসভা আৰু বিধানসভা নির্বাচন অনুষ্ঠিত ...

January 31, 2025 10:34 AM

views 51

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক ২০২৫, ৱাল্ফ সংশোধনী বিধেয...

December 8, 2024 11:46 AM

views 59

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিভিন্ন সংগঠনৰ সৈতে ২০২৫-২৬ বৰ্ষৰ প্রাক-বাজেট আলোচনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ২০২৫-২৬ বৰ্ষৰ সংগতি ৰাখি বিভিন্ন কৃষক সংগঠন আৰু আগশাৰীৰ কৃষি অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত দ্বিতীয় প্রাক-বাজেট আলোচনাত অধ্যক্ষতা কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশীদাৰসকলৰ সৈতেও আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীৰ লগতে বিত্ত সচিব আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।