বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ২০২৫-২৬ বৰ্ষৰ সংগতি ৰাখি বিভিন্ন কৃষক সংগঠন আৰু আগশাৰীৰ কৃষি অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত দ্বিতীয় প্রাক-বাজেট আলোচনাত অধ্যক্ষতা কৰে। বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশীদাৰসকলৰ সৈতেও আলোচনাত মিলিত হয়। এই বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীৰ লগতে বিত্ত সচিব আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Assamese | December 8, 2024 11:46 AM | Finance Minister Nirmala Sitharaman
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বিভিন্ন সংগঠনৰ সৈতে ২০২৫-২৬ বৰ্ষৰ প্রাক-বাজেট আলোচনা