August 8, 2026 7:54 PM
22
ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমিয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদাম ঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা ১০ আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনিৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেঙা...