July 11, 2025 8:50 PM

views 39

ফাষ্টেগ সংযুক্ত হৈ নথকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টলিং কার্যকলাপ মসৃণ কৰিবলৈ ফাষ্টেগ সংযুক্ত হৈ নথকা অৰ্থাৎ আঠা নলগোৱাকৈ থকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত কয় যে টেগ ইন হেণ্ড নামেৰে জনাজাত এই ফাষ্টেগসমূহে ইলেকট্রনিক টল সংগ্ৰহৰ কাৰ্যকলাপৰ কাৰ্যক্ষমতাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে সময় মতে সংশোধনী ব্যৱস্থা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এটা নিৰ্দিষ্ট ই-মেইল আই ডি প্ৰদান কৰিছে ...

February 18, 2025 11:53 AM

views 55

কালিৰে পৰা দেশজুৰি ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী

দেশজুৰি কালিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত কালিৰে পৰা কিছু সালসলনি কৰিছে। সেই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থাৰ ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ'লে নতুবা টেগসমূহ নিষ্ক্ৰিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগেট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পাছত ফাষ্টটেগ নিষ্ক্ৰিক্ৰয় হৈ থাকিলেও ব্যৱস্থা গ্ৰ...

February 17, 2025 6:12 PM

views 40

দেশজুৰি কার্যকৰী ফাষ্টটেগৰ নতুন কৰ নীতি

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ'লে নতুবা টেগসমূহ নিশ্চিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ...

February 17, 2025 12:44 PM

views 45

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ'লে নতুবা টেগসমূহ নিষ্ক্রিয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ'...