July 17, 2026 2:30 PM
6
পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নৰ উদ্বেগ প্রকাশ
পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘাৰ ঘটনাত ইউৰোপীয়ান ইউনিয়নে উদ্বেগ প্রকাশ কৰিছে ইউনিয়নে সতৰ্ক কৰি দিয়ে যে জি এছ পি প্লাছ আঁচনিৰ অধীনত পাকিস্তানে বাণিজ্যিক লাভালাভ পাই থকাটো দেশখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত নিৰ্ভৰ কৰিব। ইউৰোপীয়ান আয়োগ আৰু ইউৰোপীয়ান ইউনিয়নৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতিৰ উচ্চস্তৰীয় প্রতিনিধি দলে প্রস্তুত কৰা ২০২৩-২৫ চনৰ সময়ছোৱাৰ যৌথ নিৰীক্ষণ প্ৰতিবেদনত এই তথ্য প্রকাশ পাইছে। প্রতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ জি পি এছ প্লাছ পৰিকাঠামোৰ অধীনত ইয়াৰ বাধ্য-বাধকতা পূৰণৰ ক্ষ...