October 20, 2026 1:26 PM

views 56

বিজয়া দশমী উপলক্ষে কাইলৈ বজালী, বৰপেটা আৰু যোৰহাটত ড্রাই ডে ঘোষণা

দুর্গা পূজাৰ বিজয়া দশমী উপলক্ষে কাইলৈ বজালী, বৰপেটা আৰু যোৰহাটত ড্রাই ডে ঘোষণা কৰা হৈছে। বজালীৰ জিলা দণ্ডাধীশ মধুমিতা ভাগৱতীয়ে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি কাইলৈ জিলাখনৰ সুৰাৰ খুচুৰা বিপণীসমূহ বন্ধ থাকিব। জিলাখনত শান্তি, শৃংখলা আৰু আইন পৰিস্থিতি বজাই ৰখাৰ অৰ্থে অসম আবকাৰী আইন ২০০০ৰ অধীনত এই নির্দেশ জাৰি কৰা হৈছে। ইপিনে বৰপেটাৰ জিলা আয়ুক্ত নৱদীপ পাঠকে কাইলৈ বৰপেটাত ড্রাই ডে ঘোষণা কৰিছে। এটা নির্দেশনাত আয়ুক্তগৰাকীয়ে কাইলৈ সমগ্র জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, বিতৰণ আৰু পৰিৱেশন সম্পপূর্ণরূপে নিষি...

April 17, 2024 11:26 AM

views 71

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ

নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে' ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। জনপ্রতিনিধিত্ব আইন ১৯৫১ আৰু অসম আবকাৰী আইন অনুসৰি মিজোৰামৰ সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইপিনে লখিমপুৰ জিলা প্ৰশাসনেও আজি ব...