July 19, 2026 8:40 PM

views 17

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ নতুন দিল্লীত উপ-ৰাষ্ট্ৰীয় চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভ'লিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ড০ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অর্ধ-স্বায়ত্ত শাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউছ অব ৰিপ্রেজেন্টেটিভ আৰু নিজা পতাকাও আছে। এই বৈঠকত নেতাদ্বয়ে ভাৰত আৰু তাঞ্জানিয়াৰ মিত্ৰতাৰ সকলো দিশ পর্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ বাবে নতুন দুৱাৰ মুকলি কৰা সন্দৰ্ভত আলোচনা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত তেওঁ কয় যে...

July 19, 2026 8:35 PM

views 18

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিৰ চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন

জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি ড০ হুছেইন আলী মিউনিয়ে চেন্নাইত থকা ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ মাদ্ৰাছ প্রাঙ্গন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্রতিষ্ঠানখনৰ জাঞ্জিবাৰত থকা শাখা মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান মাদ্ৰাছৰ জাঞ্জিবাৰ প্রাঙ্গন হৈছে ভাৰতীয় প্রায়োগিক আৰু অর্থনৈতিক সহযোগিতা প্রশিক্ষণ কাৰ্যসূচীৰ লগতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক জলপানি পৰিষদৰ উপৰি জল প্রকল্পসমূহৰ বাবে দেশীয় সহযোগিতা আৰু দ্বিপাক্ষিক শৈক্ষিক সহযোগিতাৰ ক্ষেত্ৰত এটা উল্লেখযো...