October 23, 2026 1:34 PM

views 3

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি স্মৃতি দিৱস

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি স্মৃতি দিৱস। অসম সাহিত্য সভাৰ সভাপতিৰূপে সেৱা আগবঢ়োৱা বীৰেন্দ্ৰনাথ দত্তই ভালেকেইটা গীতেৰে অসমীয়া সংগীত জগত সমৃদ্ধ কৰিছিল। তেওঁৰ জনপ্ৰিয় গীতবোৰৰ ভিতৰত বহুদিন বকুলৰ গোন্ধ পোৱা নাই, অ' ধুন ধুনীয়া, সাতোখন সুৰীয়া নৈ, অ' ৰহিমলা আদি অন্যতম। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে তেওঁক বিভূষিত কৰিছিল। জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, আজানপীৰ বঁটা, সংগীত...

November 4, 2024 6:46 PM

views 36

লোককৃষ্টিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ জন্ম বার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

লোককৃষ্টিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, সংগীত শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ আজি জন্ম বার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে বিভিন্ন অঞ্চলত তেওঁৰ স্মৃতিত বক্তৃতানুষ্ঠান, সংগীতানুষ্ঠান আদিৰ আয়োজন কৰা হয়। ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত অধ্যাপনা কৰা প্ৰয়াত দত্তই বিশ্ববিদ্যালয়খনৰ কলাগুৰু আসনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আম...