December 19, 2024 5:26 PM

views 48

ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্রহণ কৰিব৷ ন্যায়াধীশ অভয় এছ ওকাৰ নেতৃত্বৰ এখন বিচাৰপীঠে দিল্লীৰ লগতে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত ন্যায়াধীশ এ.এছ. ওকা আৰু এ জি মাছিহে দিল্লীৰ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰি ৰাজধানী চহৰখনে গোটা আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ অনুসৰণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছিল। বিচাৰপীঠখনে দিল্লী চৰকাৰক এ...

November 20, 2024 5:49 PM

views 83

দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ৫০ শতাংশ কৰ্মচাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মহানগৰীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আজি বিয়লি এখন বৈঠকৰ আহ্বান কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে আজি দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানৰ হাৰ এ...