October 8, 2026 2:40 PM

views 5

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ উদ্বোধন

শোণিতপুৰ জিলাৰ দীঘলীচাপৰিত প্ৰতিষ্ঠা কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ আজি উদ্বোধন কৰা হয়। দীঘলীচাপৰিৰৰ এ চি পি এল, এ আই ডি চি পার্কত আয়োজিত অনুষ্ঠানও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উদ্যোগটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই উদ্যোগটো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়, যে প্রায় ২৫০ কোটি টকা বিনিয়োগেৰে গঢ় লৈ উঠা এই টাই নির্মাণ উদ্যোগে কমেও ৩২৫ গৰাকী লোকক প্রত্যক্ষ আৰু সহস্রাধিক লোকক পৰোক্ষভাবে কর্ম সংস্থাপন দিব। তদুপৰি স্থানীয় কেঁচা মাল, পৰিবহণকাৰী আৰু যোগানকাৰীক সহায় কৰাৰ ল...

November 20, 2024 12:42 PM

views 25

জি এম চি এইছত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা মুকলি মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৩০ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক এম আৰ আই যন্ত্ৰটো স্থাপন কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে এতিয়াৰেপৰা এম আৰ আই যন্ত্ৰটো যথেষ্ট উন্নত মানৰ। এতিয়াৰেপৰা নিউৰ’ল’জিকেল এম আৰ আই যথেষ্ট সুক্ষ্মভাৱে কৰিব পৰা যাব। হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰটোৱে উত্তৰ-পূবৰ ৰোগীসকলক যথেষ্ট উ...