July 30, 2026 7:38 PM
5
নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ স্পীলৱে গে’ট খুলি পানী এৰি দিয়া প্ৰক্ৰিয়া অব্যাহত
নাগালেণ্ডৰ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা ৮ বজালৈ জলাধৰৰ পানীৰ স্তৰ ৩২২ দশমিক ৪০ মিটাৰত আছে। প্ৰকল্পটোৰ ২, ৩ আৰু ৪ নম্বৰ স্পীলৱে গে’ট খুলি পানী এৰি থকা হৈছে। স্পীল ৱেৰ জৰিয়তে প্ৰতি চেকেণ্ডত প্রায় ৯৪ ঘনমিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব ...