July 25, 2026 8:31 PM
1
দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা চিজেপিৰ আন্দোলন প্রত্যাহাৰ
কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা আন্দোলন প্রত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড° জিতেন্দ্ৰ সিঙে চি জে পিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্রী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব আৰু নতুনকৈ কোনো এফ আই আৰ ৰুজু কৰা নহ'ব বুলি ঘোষণা কৰে। তদুপৰি নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভ...