January 18, 2026 12:30 PM

views 61

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা সদস্য আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা এ কে 47 সহ দুটা ৰাইফল উদ্ধাৰ কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক ড° জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে, জিলাখনত উত্তৰ-পশ্চিম দিশৰ বনাঞ্চল আৰু পাহাৰীয়া এলেকাত কেইজনমান মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত জিলা সংৰক্ষিত বাহিনী, কোৱা বেটেলিয়ন আৰু বিশেষ কাৰ্য বাহিনীৰ এটা যৌথ দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্...

April 16, 2025 2:34 PM

views 86

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত দুজন মাওবাদী নিহত

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। এই মাওবাদী দুজনৰ সম্ভেদ দিব পৰা ব্যক্তিক মুঠ ১৩ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰা হৈছিল। বাষ্টাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজে কৈছে যে কোণ্ডাগাওঁ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত অৱস্থিত কিলম-গুম, গাওঁৰ বনাঞ্চলত কালি নিশা জিলা সংৰক্ষিত বাহিনীৰ এটা দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই মাওবাদী দুজন নিহত হয়। সংঘর্ষস্থলীৰ পৰা মাওবাদী দুটা মৃতদেহ, এটা AK-47 ৰাইফল, বুজন পৰিমাণৰ...

March 20, 2025 3:27 PM

views 47

ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। এই ঘটনাটোত জিলা সংৰক্ষিত বাহিনী, ডি আৰ জিৰ এজন জোৱানো শ্বহীদ হয়। এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দল বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তৱৰ্ত্তী বনাঞ্চলত উপস্থিত হোৱাৰ সময়তে মাওবাদীৰ দলটো তেওঁলোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তা বাহিনীয়ে এই সংঘৰ্ষত নিহত দুয়োজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হ...