July 17, 2026 9:09 PM

views 20

চণ্ডীগড়ত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্য সেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু ৪৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগ...

June 8, 2026 12:24 PM

views 23

চণ্ডীগড়ত আজি কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি চণ্ডীগড়ত কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলন উদ্বোধন কৰিব। হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দ কল্যান, দেশৰ ১৫ খন বিধানসভাৰ প্রিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যানে ভাষণ দিব। অনুষ্ঠানত হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্...

April 6, 2024 12:05 PM

views 52

ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন চণ্ডীগড় আৰক্ষী

চণ্ডীগড় আৰক্ষীয়ে ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ড০ মহান্তে যোৱা ২ এপ্রিলত এখন জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা বিতর্কিত মন্তব্য প্ৰকাশ কৰা বুলি অভিযান উত্থাপন হৈছে। এই মন্তব্যক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত নির্বাচন আয়োগৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল। নির্বাচন আয়োগে জিলা নির্বাচনী বিষয়া সঞ্জয় আগৰৱালাক বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ ভিত্তিত, তেহচিলদাৰ বাৰ্মাই ড০ মহন্তৰ...