August 2, 2026 9:20 PM

views 27

অসমৰ বিভিন্ন জিলাত স্ব-গণনা প্রক্রিয়া আৰম্ভ

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্ব-গণনা প্রক্রিয়া আজি আৰম্ভ হৈছে। জিলাখনৰ লোকপিয়লৰ মুখ্য প্রশিক্ষক ৰফিউল আলম আহমেদ আৰু ন'টাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাঙ্গীৰে এই প্রক্রিয়া সম্পন্ন কৰি মাত্র ২ৰ পৰা ৩ মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নির্ভুলভাবে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো আজি এই প্রক্রিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি স্ব-গণনা সম্পূর্ণ কৰি এই ব্যৱস্থা দ্রুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত...

July 17, 2026 12:23 PM

views 20

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমণা

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে তিনি বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমণা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে ১৯৪৮ চনৰ লোকপিয়ল আইনৰ ১১ নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আর্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্রশ...

June 2, 2026 2:17 AM

views 29

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্রশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনক ৬টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, ছিদলী আৰু বেংতল গ্রামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী...