October 9, 2026 11:13 AM

views 1

অ-তালিকাভুক্ত কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ মূল্যৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে অ-তালিকাভুক্ত কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত লভ্যাংশৰ উৰ্ধতম সীমা সর্বোচ্চ খুচুৰা মূল্যৰ ৩০ শতাংশত সীমাবদ্ধ ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই ব্যৱস্থাৰ ফলত ঔষধৰ মূল্য ৭০ শতাংশ পর্যন্ত হ্রাস পাব আৰু কৰ্কটৰোগীসকলৰ বছৰি আঢ়ৈ হাজাৰ কোটি টকা ৰাহি হ'ব বুলি ৰসায়ন আৰু সাৰ মন্ত্ৰ্যালয়ে আশা প্রকাশ কৰিছে। কৰ্কট ৰোগৰ তালিভুক্ত অত্যাৱশ্যকীয় ঔষধসমূহৰ মূল্য চৰকাৰে বান্ধি দিয়া সর্বোচ্চ সীমা অনুযায়ী নির্ধাৰণ কৰি অহা হৈছিল আৰু এতিয়া লভ্যাংশ নিয়ন্ত্রণ কৰি অ-তালিকাভুক্ত ঔষধসমূহকো মূল্য সু...

November 20, 2025 7:43 PM

views 47

দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী

দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শ‍ইকীয়াই পৰিচালনা কৰে। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ ছৈয়দ ইফটিকাৰ ছোভানীয়ে প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দীপ্তি বৰুৱাই ভাষণ দিয়ে। এই প্রশিক্ষণ অ...