October 7, 2024 2:22 PM

views 49

প্রধানমন্ত্ৰী মোদীৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰায়েই গুজৰাট মডেল হিচাপে নামকৰণ কৰা এই পদক্ষেপসমূহ জল সংৰক্ষণ, গছপুলি ৰোপণ অভিযান, সংবিধান উদযাপন, থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিকাশ তথা ক্রীড়া সংস্কৃতি উৎসাহিত কৰা আদি বি...

October 7, 2024 11:02 AM

views 83

গুজৰাট চৰকাৰে আজিৰে পৰা বিকাশ সপ্তাহ পালন কৰিব

গুজৰাট চৰকাৰে ২০০১ চনত নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ বিকাশৰ যাত্ৰা উদযাপন কৰাৰ উদ্দেশ্যে আজিৰ পৰা বিকাশ সপ্তাহ পালন কৰিব। কেবিনেট মন্ত্ৰী ৰুচিকেশ পেটেলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি এই সপ্তাহটোত উল্লেখযোগ্য স্থানসমূহত বিকাশ পদযাত্ৰাকে ধৰি এলানি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। তদুপৰি এই সময়ছোৱাত ৰাজ্যখনত ৩ হাজাৰ ৫০০ কোটি টকাতকৈ অধিক নির্মাণ ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক কামৰ সূচনা কৰা হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ প্ৰ...

April 22, 2024 8:08 PM

views 48

গুজৰাটত চুৰাট লোকসভা আসনত বিনাপ্রতিদ্বন্দিতাৰে বিজেপি দলৰ জয়লাভ

বিজেপি দলে আজি গুজৰাটৰ চুৰাট লোকসভা আসনখনত বিনাপ্রতিদ্বন্দিতাৰে জয়লাভ কৰিছে। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা এই লোকসভা সমষ্টিৰ বাবে বৈধ বিবেচিত আন আটাইকেইগৰাকী প্রার্থীয়ে নিজৰ নিজৰ মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত বিজেপিৰ প্ৰাৰ্থী মুকেশ দালালক বিজয়ী প্ৰাৰ্থীৰূপে ঘোষণা কৰা হয়। চুৰাটৰ জিলা আযুক্ত তথা ৰিটাৰ্ণিং অফিছাৰ সৌৰভ পাৰ্থীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে । আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অ...