March 20, 2025 8:02 PM

views 19

ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিল গেইটছৰ সৈতে জীতেন্দ্র সিঙ আলোচনাত মিলিত

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জীতেন্দ্র সিঙে আজি নতুন দিল্লীত মাইক্ৰ'ছফট সহ-প্ৰতিষ্ঠাপক বিশিষ্ট উদ্যোগপতি বিল গেইটছৰ সৈতে আলোচনাত মিলিত হয়। ভাৰতৰ উদ্ভাৱনী খণ্ডত আৰু জৈৱ নিৰ্মাণ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰায়েই এই আলোচনাৰ মূল উদ্দেশ্যে। বৈঠকত ড° সিঙে পৰিৱেশ, নিয়োগৰ সুবিধা আৰু অৰ্থনীতিৰ বাবে জৈৱ প্ৰযুক্তিৰ লেখীয়া নীতিসমূহৰ বাবে দেশত জৈৱ প্ৰযুক্তি উদ্ভাৱন খণ্ডত চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে। শ্ৰী গেইটছে কোভিড-১৯ আৰু এইছ পি ভি প্রতিষেধককে ধৰি অন্য...

March 20, 2025 7:59 PM

views 32

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিল গেইটছৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আজি মুম্বাইত মাইক্ৰ'ছফটৰ সহ-প্ৰতিষ্ঠাপক বিল গেইটছক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী গেইটছ মুখ্যমন্ত্ৰী ফাড়নাভিছে স্বাস্থ্য, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সন্দৰ্ভত ফলপ্রসূ আলোচনা কৰে। দুয়োগৰাকী নেতাই ডিজিটেল শাসন আৰু সেৱাৰ অধিকাৰ বিষয়ত মহাৰাষ্ট্ৰক দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আলোচনাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ভিছৰ মহিলা স্ব-নিয়োজন আৰু আঁচনিৰ অধীনত...