November 6, 2025 8:23 PM

views 54

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি পৰিছে। ৰাজ্যখনত এই পর্যায়ত বিয়লি ৫ বজালৈ ৬০ দশমিক ১-৩ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বেগুচৰাই জিলাত সর্বাধিক ৬৭ দশমিক ৩২ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্রী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায় আৰু তেওঁৰ ...

November 6, 2025 3:01 PM

views 93

দিনৰ ১১ বজালৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭.২৬ শতাংশ ভোটদাতাৰ ভোটদান

—বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। ৰাজ্যখনত দিনৰ ১১ বজালৈ ২৭.২৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। বেগুচৰাই জিলাত সৰ্বাধিক ৩০.৭ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্ৰী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধুৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদ...

November 6, 2025 11:07 AM

views 101

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ

■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্‌ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভ...

November 5, 2025 8:15 PM

views 78

বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ প্রথম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। এই পর্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হ'ব। প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই এহেজাৰ ৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব। এই পর্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহৰ্যা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপূৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত অহা ১১ নৱেম্বৰত দ্বিতীয় তথা অ...

November 4, 2025 7:50 PM

views 77

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিছে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন জয় কৰাৰ বাবে তীব্র গতিত প্ৰচাৰ অভিযান চলায়। প্রথম পৰ্য্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ মুঠ ১২১ টা বিধানসভা সমষ্টিৰ বাবে অহা ৬ নবেম্বৰত ভোটগ্রহণ কৰা হ'ব। প্রথম পৰ্য্যায়ৰ নিৰ্বাচনত এহেজাৰ ৩১৪ গৰাকী প্ৰাৰ্থীৰ ৩ কোটি ৭৫ লাখৰো অধিক ভোটদাতাই ভাগ্য নির্ণয় কৰিব। প্রথম পৰ্য্যায়ত পাটনা, দ্বাৰভাংগা, মাধেপোৰা, চাহাৰচা, মুজাফফৰপুৰ, গোপালগঞ্জ, চিবাং, চাৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰা...

November 4, 2025 12:01 PM

views 93

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত

● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নির্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, চ...

November 3, 2025 12:52 PM

views 61

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত পর্যায়ত প্ৰচাৰ অভিযান

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্রজোটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিছে। নির্বাচনত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কর্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ভোজপুৰ আৰু নাৱাৰা জিলাৰ দুখন নির্বাচনী সভাত অংশ লোৱাৰ লগতে পাটনাত আয়োজিত এটা ৰোড শ্ব'ত ভাগ লয়। প্রায় ডেৰ কিলোমিটাৰজোৰা এ...

October 27, 2025 12:17 PM

views 77

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন-মতামত সমীক্ষা নিষিদ্ধ

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন আৰু মতামত সমীক্ষা নিষিদ্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰচাৰ মাধ্যম কৰ্তৃপক্ষলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কয়, যে টিভি, ৰেডিঅ', চেনেল আৰু কেব’ল নেটৱৰ্কসমূহে এই কথা নিশ্চিত কৰিব লাগিব যাতে এই মাধ্যমসমূহৰ জৰিয়তে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ বিষয়বস্তুত কোনো বিশেষ দল বা প্ৰাৰ্থীৰ বিজয় সম্ভাৱনা প্ৰচাৰ কৰা বা নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পৰা ধৰণৰ কোনো উপাদান নাথাকে...

October 24, 2025 6:35 PM

views 66

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰম্ভ কৰিছে। দুধপুৰা হেলিপেড খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জননায়ক কপুৰী ঠাকুৰ দেশৰ এগৰাকী অমূল্য ৰত্ন আছিল, যিয়ে স্বাধীন ভাৰতত সামাজিক ন্যায় প্রতিষ্ঠা কৰিছ...

October 23, 2025 12:21 PM

views 75

বিহাৰ বিধানসভা নির্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ বিধানসভা সমষ্টিৰ বাবে ১১ নৱেম্বৰত ভোটগ্রহণ কৰা হ'ব। কাইমুৰ জিলাৰ মহানিয়া সমষ্টিৰ সংৰক্ষিত আসনখনৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ প্রার্থী স্বেতা সুমনে দাখিল কৰা মনোনয়ন পত্র ইতিমধ্যে বাতিল কৰা হৈছে। প্রার্থীগৰাকীৰ অনুসূচীত জাতিৰ প্ৰমাণপত্র বৈধ বিবেচিত নোহোৱাৰ পৰিপ্ৰেক্ষিততেই তেওঁৰ মনোনয়ন পত্র বাতিল কৰা হয়। পশ্চিম চামপৰন জিলাৰ বাল্মিকী নগৰ বিধানসভা সমষ্টিৰ পৰা জন সুৰজ পাৰ্টিৰ...