September 23, 2026 12:56 PM

views 10

সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে আজি একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন

মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশ-বিদেশৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে আয়ুৰ্বেদৰ সৈতে জড়িত মূল পক্ষসমূহক একেলগে উপৱিষ্ট কৰিব আৰু ব্যাপক আলাপ-আলোচনা তথা জ্ঞানৰ আদান-প্ৰদানৰ বাবে মঞ্চ প্ৰদান কৰিব। একাদাশ আয়ুৰ্বেদ দিৱসৰ উদযাপনত আয়ুৰ্বেদৰ প্ৰসাৰ আৰু সমূহীয়া কল্যাণৰ বাবে প্ৰমাণ, গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বৰ বিষয়ে ...

May 14, 2025 8:18 PM

views 38

২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কেন্দ্ৰৰ

চৰকাৰে ২৩ ছেপ্তেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰচৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা ২৩ ছেপ্তেম্বৰত পালন কৰা হ'ব। মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে, আয়ুর্বেদক বিজ্ঞানসন্মত, প্ৰমাণ আধাৰিত আৰু সামগ্রিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাবে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। মন্ত্ৰ্যালয়ে সকলো নাগৰিক, স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ব্যক্তি, সংস্থা তথা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক নতুনকৈ নিৰ্ধাৰিত দিনটোক গ্ৰহণ কৰি প্ৰতি বছৰে ২৩ ছেপ্তেম্বৰত আয়...