June 23, 2026 9:51 PM

views 13

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী অতুল বৰাৰ

ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু ১০০ দিনীয়া কাৰ্য্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিছাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত ১ কিলোমিটা...

August 20, 2025 8:33 PM

views 30

জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেইখনমান জিলাৰ ধাননীত শেহতীয়াকৈ শুঁৰ পোকৰ আক্ৰমণ ৰোধ কৰাৰ বাবে বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু শূৰ পোককে ধৰি সকলো কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ক্ষীপ্ৰতাৰে পদক্ষেপ ল'বলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত শেহতীয়া বান আৰু খৰাং পৰিস্থিতিৰ বাবে খেতিয়কসকল সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি ৰবি শস্যৰ বতৰত খেতিয়কসকলৰ হিতার্থে সময়মতে...

September 21, 2024 11:07 AM

views 46

দিছপুৰত বিভাগীয় জ্যেষ্ঠ বিষয়াৰে মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দিছপুৰত এখন বৈঠকত মিলিত হয়। বৈঠকখনত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কামকাজৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট ব্যয়ব বিভিন্ন দিশ পর্যালোচনা কৰি তেওঁ বিষয়াসকলক যাৱতীয় নির্দেশনা দিছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কাৰ্য চলি থকা পশু চিকিৎসায় আৰু অন্যান্য আন্তঃগাঁথনিৰ শেহতীয়া অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পশুধনৰ টীকাকৰণ অভিযান, ঔষধৰ উপলব্ধতা আদি বিষয়টো ত...