December 2, 2025 11:47 AM

views 27

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যা ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম

অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যাই ৮ কোটি ৩৪ লাখৰ সীমা অতিক্ৰম কৰিছে। কালি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা অৱগত কৰে। ইয়াৰে ৪৮ শতাংশই মহিলা আৰু এই পৰিসংখ্যাই সমগ্ৰ দেশৰ মহিলা হিতাধিকাৰীৰ উল্লেখযোগ্য অংশগ্রহণক প্ৰতিফলিত কৰা বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। ২০১৫ চনৰ মে' মাহত আৰম্ভ হোৱা অটল পেন্সন যোজনাৰ লক্ষ্য - নাগৰিক, বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এটা সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ আৰু বেংক চেভিংছ একাউণ্ট বা ডাকঘৰৰ...

July 26, 2025 10:16 AM

views 25

কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিত ৮ কোটিতকৈও অধিক লোকৰ পঞ্জীয়নৰ অভিলেখ

চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ অটল পেন্সন আঁচনিয়ে নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। এই সময়ছোৱাত আঁচনিখনৰ অধীনত ৮ কোটিতকৈও অধিক পঞ্জীয়ন হোৱাৰ লগতে অতিৰিক্ত ৩৯ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছে। উল্লেখযোগ্য যে পেন্সন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত এইখন হৈছে ভাৰতৰ ধবজাবাহী সামাজিক সুৰক্ষা আঁচনি। ২০১৫ চনৰ ৯ মে'ত আৰম্ভ কৰা এই আঁচনিখনে দশম বর্ষপূর্তিৰ সময়তে এই বৃহৎ‍ সফলতা লাভ কৰিছে। ভাৰতীয় নাগৰিকৰ বাবে গোলকীয় সামাজিক সুৰক্ষা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্...

October 8, 2024 7:37 PM

views 60

চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াকৈ লৈ এই আঁচনিত নাম অন্তর্ভুক্ত কৰা লোকৰ সংখ্যা ৭ কোটিৰো অধিক হৈছে। সামাজিক সুৰক্ষাৰ এই আঁচনিখনে বৰঙণিৰ আধাৰত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বাবে মাহে কমেও এহেজাৰ টকাৰ পৰা ৫ হাজাৰ টকাৰ পেঞ্চন নিশ্চিত কৰে। সকলো ভাৰতীয় বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সার্বজনিন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে ২০১৫ চনত এই আঁচনিখন আৰম্ভ কৰা হ...