July 22, 2026 7:39 PM
6
অসম বিধানসভাৰ অধিবেশনত বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাৰ বিবৃতি
অসম বিধানসভাৰ অধিবেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীহাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয়, যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্রয় প্রদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্রশাসন, এছ দি আৰ এফ, এন দি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে ...