September 5, 2026 6:31 PM
15
সমগ্ৰ ৰাজ্যজুৰি আজি শিক্ষক দিৱস পালন
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দার্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তীত শিক্ষকসকলৰ নিঃস্বার্থ ত্যাগ আৰু অৱদানক সন্মান জনাই আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্য্যায়ত শিক্ষক দিৱসৰ কাৰ্য্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্র ব্রহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ ১০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱ...