July 14, 2025 11:34 AM

views 102

২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ" কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্রিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়। এই কৰ্যসূচীত সেনাবাহিনীৰ তামুলপুৰৰ ১০৭ ব্রিগেড কর্নেল ভূপেন্দ্ৰ সিং চৌধুৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আ...

April 3, 2025 8:34 PM

views 73

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে, শিৱসাগৰ জিলাই ২টা সোণ আৰু ৩টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই এটা সোণ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সাঁতোৰৰ উপৰি কালি এথলেটিকছ, ফুটবল, কাবাড়ী আৰু দবাৰ প্ৰাথমিক প...

April 3, 2025 8:28 PM

views 56

১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A তৃতীয়খন খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত

  অসম ক্রিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A আজি তৃতীয়খন খেল মৰিগাঁও জিলা ক্রীড়া সন্থাৰ আতিথ্যত আৰু ক্ৰিকেট উপ-সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে। আজিৰ খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত কৰি মধ্য অসম মণ্ডলৰ গ্ৰুপ-এৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে মাণ্ডলিক ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাই প্ৰথমে বেট ধৰি ২৬ অভাৰত ৮৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত তিতাববে ২২ অভাৰত আটাই...