August 21, 2026 6:20 PM

views 26

শ্বিলঙত আবদ্ধ অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। ০৩৬১-২৩৮১৫১১ অথবা ৯১৮১০-১৪৮৮৮ হোৱাটছআপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ...

August 21, 2026 5:55 PM

views 25

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী বৰাই কয় যে, শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্রীতিকৰ পৰিস্থিতিত শিশু সহ বহুতো লোক আঘাট প্রাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ...