July 5, 2026 10:10 AM

views 50

অসমত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি

অসমত ২০২৫ বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে ৯ শতাংশ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি-বিষ্ণু প্রেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পর্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়। তেওঁ কয়, যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এইক্ষ...

August 2, 2024 6:43 PM

views 70

বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছেঃ বিত্তমন্ত্ৰী অজন্তা নেওগ

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছে। গোলাঘাটৰ আৱৰ্ত ভৱনত আজি এখন সংবাদমেল যোগে মন্ত্রী নেওগে কৈছে যে, গোলাঘাট সমষ্টিত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ কাম ইতিমধ্যে ৩৮ শতাংশ সম্পন্ন হোৱাৰ লগতে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কাম ২১ শতাংশ সম্পূৰ্ণ হৈছে। গোলাঘাট নগৰত নিৰ্মাণ হৈ থকা আয়ুক্তৰ কার্যালয়ৰ কাম ২৩ শতাংশ সম্পন্ন হোৱাৰ বিপৰীতে জিলাখনত অসম মালাৰ অধীনত ধোদৰ আলিৰ কাম ১৭ শতাংশ, গোলাঘাটৰ পৰা মেৰাপানী সংযোগী পথৰ কা...