October 3, 2026 5:07 PM

views 14

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকর্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায় লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটনৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰ...

September 21, 2026 3:40 PM

views 21

নতুন দিল্লীত অনুষ্ঠিত ‘বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান’ শীর্ষক সন্মিলনত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অসমৰ কৃষিখণ্ডৰ সম্ভাৱনাত গুৰুত্ব আৰোপ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 'বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান' শীর্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীর্ষক অধিবেশনত যোৱা শনিবাৰে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্রী মল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্রহণ, প্রতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শ...