June 19, 2026 10:40 PM

views 17

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক কাৰ্যসূচী FYUGP ৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা, NEP ready Reckoner 2026 আৰু FYUGP ৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰে। বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচার্য ড০ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্রতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডীন, শিক্ষক-শিক্ষয়িত্রী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্...

June 14, 2026 6:43 PM

views 18

NEPৰ অধীনত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দর্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৪ বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনা মতে আৰু শিক্ষার্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হব। এই অনুসৰি ৪ বছৰীয়...