July 13, 2026 6:07 PM

views 10

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। বুধবাৰে সদনত বাজেট আলোচনা হোৱাৰ পাছত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰি...

July 8, 2026 6:39 PM

views 13

অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা

অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধ দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীর্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাবে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত ...

March 24, 2025 8:07 PM

views 33

অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই অপদস্থ কৰা বুলি বিজেপিৰ বিধায়কে অভিযোগ উত্থাপন কৰাত সদনত হুলস্থূলীয়া পৰিৱেশ

উপাধ্যক্ষ নোমল মমিনে আজি বিধানসভাত প্রবেশ কৰাৰ সময়ত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি বিজেপিৰ কেইগৰাকীমান বিধায়কে বিধানসভাত অভিযোগ উত্থাপন কৰাক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ বিশ্বজিৎ‍ দৈমাৰীয়ে সদনৰ কাম-কাজ ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া আৰু আন কেইবাগৰাকীও কংগ্ৰেছ বিধায়কে অভিযোগৰ সত্যাসত্য বিচাৰ কৰিবলৈ বিধানসভা চৌহদৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰিবলৈ অধ্যক্ষক অনুৰোধ জনায়। বিষয়টো...