August 1, 2026 9:44 PM

views 1

বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ বিশেষ সাহায্য

সাম্প্রতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে আঢ়ৈ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে।  মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যানমূলক আঁচনি হ...

August 1, 2026 1:40 PM

views 4

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী

বুনিয়াদী অর্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ লগতে আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে। অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত বানৰ কৱলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে আঢ়ৈ হাজাৰ টকাকৈ হস্তান্তৰ কৰা হ...