July 9, 2026 11:56 AM

views 38

ইৰানত পুনৰ আক্ৰমণ আমেৰিকাৰ সামৰিক বাহিনীৰ

ইৰানে হৰমুজ প্রণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানত পুনৰ আক্ৰমণ চলাইছে। ইৰানৰ সামৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি এই আক্রমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আক্ৰমণৰ কেইঘণ্টামান পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ আক্ৰমণৰ পাছত দুয়ো দেশৰ মাজত চলি থকা যুদ্ধবিৰতিৰ সমাপ্তি ঘটা বুলি উল্লেখ কৰি অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিছিল। লক্ষ্যণীয়ভাৱে, ইৰানৰ সৈতে কূটনৈতিক আলোচনা আৰু সামৰিক প্ৰত্যুত্তৰৰ ক্ষেত্ৰত ট্রাম...

June 27, 2026 11:52 AM

views 40

ইৰাণৰ বিৰুদ্ধে আক্রমণ অব্যাহত আমেৰিকাৰ

আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্রমণ অব্যাহত ৰাখিছে। এদিন পূর্বে হৰমুজ জলদ্বীপত এখন মালবাহী জাহাজত ইৰাণে ড্ৰ'ন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতিআক্রমণ অব্যাহত আছে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে চেণ্টকমে জনোৱা মতে, তেওঁলোকৰ বাহিনীয়ে সমগ্র ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্র'নক জৰিয়তে ইৰানৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতে এই আক্রমণ সংঘটিত হয়। ইফালে, ইৰাণে বহিঃৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ ...