প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰাহ্মা‘ছ এৰ‘স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম‘ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰে। লক্ষ্ণৌ ব্রাহ্ম‘ছ এৰ‘স্পেচ হৈছে উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিড‘ৰ যত থলুৱা প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা পৰীক্ষণলৈকে সকলো সুবিধা আছে। এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্রী শ্রীৰাজনাথসিং আৰু মুখ্যমন্ত্রী আদিত্যনাথে বুষ্টাৰ বুইল্ডিঙৰ আৰু বুষ্টাৰ ডকিং প্রদশনীৰো সাক্ষী হ‘ব।
Assamese | October 18, 2025 12:23 PM | RAJNATH SING
আজি ব্ৰাহ্মা’ছ এৰ’স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি যোগী আদিত্যনাথৰ