ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি হাৰিয়ানাৰ আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশ লয়। সামাজিক মাধ্যমৰ এটা প’ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক এটা পাহৰিব নোৱৰা অভিজ্ঞতা হিচাপে অভিহিত কৰে। তেওঁ এই পুৰণি ভূখণ্ডৰ লগতে ব্ৰহ্মা সৰোবৰক ভাৰতৰ বৈচিত্রপূর্ণ সংস্কৃতি আৰু ঐতিহাসিক যাত্ৰাৰ প্ৰতীক হিচাপে আখ্যা দিয়ে। দেশৰ সামৰিক সামৰ্থ ক্ৰমাৎ দৃঢ় হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে।
Assamese | October 30, 2025 12:47 PM | President
আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশগ্ৰহণ শ্রীমতী দ্রৌপদী মুর্মুৰ