পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী জেভলিন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ষ্টিপলছেজ দৌৰবিদ অবিনাশ চাবলে আজি বেলজিয়ামৰ ব্ৰুছেলছত আৰম্ভ হ‘বলগীয়া ডায়মণ্ড লীগ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। আজি প্রথম দিনা অবিনাশ চাবলে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ‘ব। দ্বিতীয় দিনা নীৰজ চোপ্ৰাই জেভলিন থ্রোৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
Assamese | September 13, 2024 12:18 PM | Niraj Chopra
ডায়মণ্ড লীগ ফাইনেলত নীৰজ চোপ্ৰা আৰু অবিনাশ চাবলেৰ দেশক প্ৰতিনিধিত্ব