গুৱাহাটী জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত ২৯ জানুৱাৰীৰ পৰা হ’বলগীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্রহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ হ’ল- যোৰহাট টাউন ক্লাৱ, বৰপেটা স্পোর্টছ ক্লাৱ, ভিক্টৰিয়া ক্লাৱ, নেপথ্য ক্লাৱ, ৰণজিৎ ক্লাৱ, গোহাই টেকেলা ফুটবল ক্লাৱ, ৰমাকান্ত ফুটবল ক্লাৱ আৰু অল ষ্টাৰ ক্লাৱ।
Assamese | January 25, 2025 7:56 PM | Jorhat
যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন