কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে প্ৰতিৰোধী সংক্ৰমণৰ বাবে নেফিথ্র’মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে নেফিথ্ৰ’মাইচিনৰ তিনিদিনীয়া চিকিৎসা নিউমনিয়া ৰোগৰ ক্ষেত্ৰত যুগান্তকাৰী বুলি পৰিগণিত হ’ব। নিউমনিয়াৰ বাবে বছৰি প্ৰায় ২০ লাখ লোকে প্ৰাণ হেৰুৱায়।
Assamese | November 21, 2024 12:33 PM | DR jitrendar singh
নেফিথ্র’মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি