চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি হ’ব। খেলখন বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব। কাইলৈ প্রতিযোগিতাৰ আন এখন খেলত ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। উল্লেখযোগ্য যে, ভাৰতে ইতিমধ্যে প্রথমখন খেলত ডি এল এছ পদ্ধতিৰে ৫৯ ৰানত বিজয়ী হৈ দুই পইন্ট অৰ্জন কৰিছে আৰু পাকিস্তানে প্রথমখন খেলত বাংলাদেশৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে।
Assamese | October 4, 2025 12:58 PM | Women's Cricket
চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি