স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সামাজিক মাধ্যমত প্ৰচাৰিত মন্ত্ৰালয়ৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হ’ব বুলি প্ৰচাৰ হোৱা এটা বাৰ্তা ভুৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে এনেকুৱা কোনো ধৰণৰ তথ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰ কৰা হোৱা নাই ।
Assamese | June 24, 2024 5:59 PM | Health Ministry
জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া স্বাস্থ্য বীমা প্রদান কৰা হব বুলি প্ৰচাৰ হোৱা বাৰ্তা ভুৱা বুলি প্ৰকাশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ