স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত আজি গোলাঘাট জিলাৰ নেঘেৰিটিং চাৰিআলিত দেৰগাঁও পৌৰসভা, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু কাকডোঙা উন্নয়ন খণ্ডৰ উদ্যোগত এটা স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত গোলাঘাট জিলাৰ জিলা উন্নযন আয়ুক্ত, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়াকে ধৰি বহু ব্যক্তিয়ে নেঘেৰিটিং চাৰিআলি পৰিষ্কাৰ কৰাৰ কামত অংশগ্ৰহণ কৰে।
Assamese | September 26, 2024 7:49 PM | golaghat swachhata hi sewa
গোলাঘাটৰ নেঘেৰিটিং চাৰিআলিত স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত স্বচ্ছতা অভিযানৰ আয়োজন