গোলাঘাটত হ’বলগীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন উপলক্ষে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধিৱেশনৰ শীৰ্ষ গীতটো মুকলি কৰা হয়। উল্লেখযোগ্য যে অহা ৪ এপ্ৰিলৰ পৰা তিনি দিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ’ব।
Assamese | March 13, 2025 8:17 PM | golaghat ajycp meeting
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন