ভাৰতৰ দিব্যা দেশমুখে ছোৱালীৰ বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্ট চিটী ক্লাৱত অনুষ্ঠিত খেলত খেলুৱৈগৰাৰীয়ে বুলগেৰিয়াৰ বেলোস্লেভা ক্ৰাচস্তিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষ বাছনিৰ দিব্যাই ক্ৰাচস্তিভাক দশম ৰাউণ্ডত মাত্ৰ ২৬ মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ প্ৰথমটো ইউ-২০ খিতাপ।
Assamese | June 14, 2024 12:08 PM | Divya Deshmukh
বিশ্ব জুনিয়ৰ ডবা প্ৰতিযোগিতাত দিব্যা দেশমুখৰ খিতাপ দখল