ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্ধাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে ৩ দিনীয়া কাৰ্যসূচীৰে শিখ ধর্মাৱলম্বি লোকসকলৰ নৱম গুৰু শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন কৰা হ’ব। এই দিৱস উপলক্ষে ভাৰতীয় ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ ডিব্ৰুগড় ধুবুৰী, ৰায়পুৰ ধুবুৰী আৰু কলকাতা-ধুবুৰীৰ মাজত তিনিখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা বুলি ৰে’ল বিভাগৰ তথ্যই সদৰি কৰিছে।
Assamese | November 22, 2025 8:29 PM | Dhuburi
ধুবুৰীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন