শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি জিলাখনত উপস্থিত হৈছে। তেওঁ শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সৈতে কথা পাতে। মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল আদিও উপস্থিত থাকে।
Assamese | June 3, 2025 1:36 PM | CM silcher
শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত উপস্থিত মুখ্যমন্ত্ৰী