উত্তৰ প্ৰদেশ

December 14, 2025 9:04 PM

views 85

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী তথা সাতবাৰকৈ সাংসদৰূপে নির্বাচিত হোৱা পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হৈছে। আজি লক্ষ্ণৌত কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা পীয়ুষ গোৱেলে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে। ৰাজ্যিক সভাপতিৰ লগতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰী...

October 19, 2025 7:46 PM

views 93

উত্তৰ প্ৰদেশৰ অযোধ্যাত দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন

উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি দীপাৱলীৰ পূৰ্বসন্ধ্যা বৃহৎ দ্বীপোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰখনে ৰাম কী পেইড়ীকে ধৰি অযোধ্যাৰ ৫৬টা ঘাটত ২৬ লাখৰো অধিক চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই বছৰ সৰজো নদীৰ পাৰত ২১০০ গৰাকী বেদাচাৰ্যই মহা আৰতি আৰু শ্লোক উচ্চাৰণেৰে আন এটা বিশ্ব অভিলেখ গঢ়াৰ...

September 29, 2025 5:54 PM

views 118

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ উপকূলৰক্ষী কামাণ্ডাৰৰ সন্মিলনত অংশ লৈ দিয়া ভাষণত শ্ৰী সিঙে কয়, যে প্রতিৰক্ষা বাহিনীসমূহ দেশৰ সুৰক্ষাৰ প্ৰতি আহি...

August 3, 2025 8:06 PM

views 62

উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত পথ দুৰ্ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত পথ দুৰ্ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে কয়, যে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য প...

July 28, 2025 10:16 AM

views 98

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা পথত পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত, ৩০ জন আহত

উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা মনষা দেৱীৰ মন্দিৰলৈ যোৱা এটা পথত কালি পদপিষ্ট হৈ কমেও ৮ জন লোক নিহত হোৱাৰ লগতে আন ৩০ জন লোক আঘাতপ্রাপ্ত হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রমেন্দ্র সিং ডোভালে কৈছে যে অঞ্চলটোত বিদ্যুৎ প্ৰৱাহ হোৱা বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পাছত জনসাধাৰণৰ মাজত হুৱাদুৱা লগাৰ ফলতে এই দুর্ভাগ...

June 15, 2025 2:17 PM

views 90

উত্তৰ প্ৰদেশৰ কুশিনগৰত ইছৰোৰ ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশিনগৰত এটা ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পোনপ্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা এটা ক্ষুদ্ৰ উপগ্ৰহ ৰকেটৰ জৰিয়তে উৎক্ষেপন কৰা হয়। ৰাজ্যখনৰ বাবে ই এটা ঐতিহাসিক মুহুৰ্ত হিচাপে পৰিগণিত হৈছে। ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে থ্রাষ্ট টেক ই...

April 15, 2025 2:26 PM

views 111

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণাধীন

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা সংঘটিত অগ্নিকাণ্ডৰ পাছত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বৰ্হিৰোগ বিভাগৰ চিকিৎ‍সা সেৱাৰ কাম পুনৰ আৰম্ভ হৈছে। চিকিৎ‍সালয়খনৰ সঞ্চালক সংগীতা গুপ্তাই প্ৰকাশ কৰা অনুসৰি বৰ্হিৰোগ বিভাগৰ সকলো চিকিৎসকে বর্তমান ৰোগীক চোৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযো...

February 23, 2025 11:36 AM

views 100

প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তৰ পৱিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই প্রতিদিনে এই উৎসৱত অংশ লৈছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি সংগমত প্রায় ১ কোটি ৪৩ লাখ লোকে পৱিত্ৰ স্নান কৰে।

February 16, 2025 11:02 AM

views 90

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰ...

February 9, 2025 8:18 PM

views 106

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত জনসাধাৰণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।