খেল

April 29, 2024 6:20 PM

views 62

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দেলহী কেপিটেলছ মুখামুখি হ'ব। আনহাতে কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে...

April 29, 2024 1:08 PM

views 69

আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলৰ মুঠ ৮ টা পদক লাভ

চাংহাইত অনুষ্ঠিত আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫ টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ ...

April 29, 2024 12:58 PM

views 71

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে গ্রুপ এৰ একক শাখাৰ খেলত ইঅ' জিয়া মিনে অস্মিতা চলিহাক ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত কৰে। পাছত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া খাংজেংবাম আৰু শ্ৰুতি মিশ...

April 29, 2024 12:52 PM

views 75

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰ...

April 28, 2024 8:00 PM

views 55

উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতাত ছিংগাপুৰৰ বিপক্ষে ৪-১ ফলাফলত জয়লাভ কৰি ভাৰতৰ মহিলা দলটো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ এৰ একক শাখাৰ খেলত অস্মিতা চলিহাই বিশ্ব ক্ৰমৰ অষ্টাদশ স্থানৰ খেলুৱৈ ইঅ' জিয়া মিনৰ হাতত ১৫-২১, ১৮-২১ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পাছত ৰাষ্ট্ৰীয় চেম্পিয়...

April 28, 2024 7:56 PM

views 60

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৯ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে - গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুয়ে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সৰ্...

April 28, 2024 6:21 PM

views 71

চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত ভাৰতৰ পুৰুষ ৰিকাৰ্ভ দলৰ সোণৰ পদক লাভ

ভাৰতৰ পুৰুষৰ ৰিকাৰ্ভ দলে পূৰ্বৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছে। খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱৰে গঠিত ভাৰতীয় দলটিৰ এই জয়ে বিশ্বকাপ আৰ্ছাৰীত খেলুৱৈত্ৰয় প্ৰথমটো ঐতিহাসিক জয় হিচাপে পৰিগণিত হোৱাৰ...

April 28, 2024 1:24 PM

views 68

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছ­ -ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ- চেন্নাই ছুপাৰকিংছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি ৩.৩০ বজাত হ'বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ ...

April 27, 2024 7:36 PM

views 74

আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানত ভাৰতৰ তিনিওটা স্বর্ণ পদক লাভ

ভাৰতে চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানৰ তিনিওটা স্বর্ণ পদক হস্তগত কৰিছে। জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু প্ৰণিত কৌৰক লৈ গঠিত মহিলা দলটোৱে আজি ফাইনেলত প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিপ্রাপ্ত ইটালীক ২৩৬-২২৫ ফলাফলত পৰাস্ত কৰে। ইয়াকে ধৰি প্ৰতিযোগিতাখনত ভা...

April 26, 2024 6:55 PM

views 59

আইপিএল ক্রিকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেলত অৱতীৰ্ণ হ’ব পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ছানৰাইজাৰ্ছ হ...